ভাব-গ্ৰাহী
bhāba-grāhī
অৰ্থ
1.
উপাসকৰ মনৰ ভাব বূজা আৰু সেইমতে ফল দিওঁতা (ঈশ্বৰ)
accepting the inner thoughts of a devotee at their proper worth
বিণ.
2.
কোনো কথাৰ অৰ্থ বুজিব পৰা বা তাৰ অৰ্থ গ্ৰহণ কৰা
appreciating the sentiment; understanding the sense
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ