← ফুৰি যাওক

ভাবনা

bhābanā

অৰ্থ

1.

ভাও ধৰা কাৰ্য্য

act of feigning

বি.

সমাৰ্থক শব্দ

2.

পুৰণি অসমীয়া নাটৰ অভিনয়

theatrical performance in the old Assamese style

বি.

সমাৰ্থক শব্দ

3.

আচল কথা ঢাকি কৰা কাৰ্য্য; বাহ্যিকতা

a show; sham

বি.

সমাৰ্থক শব্দ

4.

মনৰ গুণনি বা উগুল-থুগুল অবস্হা; চিন্তা

anxiety

বি.

সমাৰ্থক শব্দ

5.

আয়ুৰ্ব্বেদ অনুসাৰে কেইবাদিনলৈও ৰাতি কোনো দৰবত কোনো বস্ত্তৰ ৰস মিহলাই তাক দিনত ৰ'দত শুকোবা কাৰ্য্য

the act of steeping a medicine in some juice at night and drying it by day for several days

বি.

6.

চিন্তা; স্মৰণ

বি.

7.

'ভাওনা' চোবাঁ।

বি.

8.

গপ; দৰ্প; যেনে-"আজি তোৰ সকলো ভাবনা কৰোঁ চূৰ" (ৰুক্মিণীহৰণ)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ