কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টেঙেচী-টেঙা, টেঙেচী শাকNoun
চাঙেৰী।
- টেঙেচীয়াṭeṅecīẏāAdjective
অলপ অলপ টেঙ
slightly acid
- টেঙ্গেচি শাকte.nge.si xakCommon Noun
A plant of the oxalis family that gets the name acetosella because of its sour taste.
- টেঙ্গেচী শাকte.nge.si xakCommon Noun
A plant of the oxalis family that gets the name acetosella because of its sour taste.
- টেঙৰṭeṅaraAdjective
[সাধাৰণতঃ বেয়া অৰ্থত] চোকা বুধিৰ; চতুৰ; বুধিয়ক
sharp; intelligent
- টেঙৰামিAbstract Noun
চতুৰৰ গুণ
the quality of being crafty.
- টেঙৰালি
টেঙৰৰ গুণ বা স্বভাব
sagacity
- টেটকুটিṭeṭakuṭiNoun
ধেমেলীয়া বা ৰঙিয়াল কথা বা কাৰ্য্য; হাঁহি তোলা কথা
drollery; witticism
- টেটকুটীয়াAdjective
ধেমেলীয়া; ৰঙিয়াল; হাঁহি তোলা কথা কোবা বা কাৰ্য্য কৰা
witty; humorous
- টেটনṭeṭanaNoun
বঞ্চক বা দুষ্ট স্বভাবৰ মানুহ
a knave; a villain
- টেটেৰাṭeṭerāAdjective
খীণোবা; লেৰেলা; চেৰেলা
lean; emaciated
- টেটোনṭeṭonaNoun
বঞ্চক বা দুষ্ট স্বভাবৰ মানুহ
a knave; a villain
- টেণ্টনṭeṇṭanaNoun
টেঙৰ; যেনে-"গোপী বোলে শুন অৰে টেণ্টন কানাই" (বৰগীত)।
- টেণ্ট্ṭeṇṭNoun
তম্বু।
tent
- টেনিকইটṭenikaiṭaNoun
এক বিদেশী খেল।
- টেনিচte.nisProper Noun
মাজত জাল তৰি দুজন বা চাৰিজন খেলুৱৈয়ে ৰেকেটেৰে সৰু বল লৈ খেলা এবিধ খেল৷
a game played on a rectangular court by two players or two pairs of players equipped with rackets, in which a ball is driven back and forth over a low net that divides the court in half.
- টেনিছṭenichaNoun
এক বিদেশী খেল।
tennis
- টেন্টেনṭenṭenaNoun
মাটিৰ ফটা পাত্ৰত আঘাত কৰিলে হোবা বা সেই নিচিনা আন শব্দ
an imitative word used to express the sound like that given out by a cracked earthen pot when struck
- টেন্টেননিNoun
টেন্ টেন্ কাৰ্য্য কৰা।
- টেন্টেনাIntransitive verb; Adjective
টেনটেনীয়া মাটিৰ ভগা পাত্ৰৰ দৰে শব্দ কৰা
sounding like a cracked earthen pot