← ফুৰি যাওক

টেন্টেনা

অৰ্থ

1.

টেনটেনীয়া মাটিৰ ভগা পাত্ৰৰ দৰে শব্দ কৰা

sounding like a cracked earthen pot

অক. ধা. বিণ.

2.

ভাল বা সফল হ'বৰ আশা নাইকিয়া হোবা

hopeless

অক. ধা. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ