টেটকুটীয়া
অৰ্থ
1.
ধেমেলীয়া; ৰঙিয়াল; হাঁহি তোলা কথা কোবা বা কাৰ্য্য কৰা
witty; humorous
বিণ.
2.
ধেমেলীয়া কথা কওঁতা বা কাৰ্য্য কৰোঁতা; ৰঙিয়াল মানুহ; ফুচুৰি কথা কওঁতা
a witty man; a humorist
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ