← ফুৰি যাওক

টেঙৰ

ṭeṅara

অৰ্থ

1.

[সাধাৰণতঃ বেয়া অৰ্থত] চোকা বুধিৰ; চতুৰ; বুধিয়ক

sharp; intelligent

বিণ.

2.

ধূৰ্ত্ত

cunning; artful

বিণ.

3.

বুধিয়ক বা ধূৰ্ত্ত মানুহ

an intelligent or cunning man

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টেঙৰ · অসমীয়া অভিধান