কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মধুপুৰীয়াAdjective
কোচবিহাৰত মাধবদেবৰপৰা ধৰ্ম্মগ্ৰহণ কৰা শিষ্যসকলৰ যোগেদি বঢ়া মহাপুৰুষীয়া সম্প্ৰদায়ৰ এটা শ্ৰেণী [এই শ্ৰেণী মহাপুৰুষীয়া বিশেষকৈ বদুলা-আতাৰপৰা সৱষ্টি হয়।]
a section of Vaisnavas of the Mahāpurusīyā sect of Assam
- মধুপৰ্কmadhuparkaNoun
ঘিঁই, মৌ, এবাঁ গাখীৰ, দৈ গাখীৰ, গুৰ বা চেনি, এই পাঁচবিধ বস্ত্ত মিহলাই কৰা উপচাৰ; পঞ্চামৱত
a draught consisting of ghee, honey, milk, curd and sugar
- মধুফলmadhuphalaNoun
অমিত্য
the fruit of the papaya tree
- মধুবনmadhubanaNoun
কিষ্কিন্ধ্যাৰ একখণ্ড হাবি।
- মধুব্ৰতmo.dhu.brotCommon Noun
হাইমেনপ্টেৰা বৰ্গ আৰু এপইদিয়া পৰিয়ালৰ অন্তৰ্গত গাইগুটীয়া বা সামাজিক, এবিধ পাখিযুক্ত, গাত নোম থকা আৰু সাধাৰণতে বিন্ধিব পৰা ক্ষমতা থকা পতঙ্গ৷ ফুলৰ মৌ চুহিবৰ কাৰণে ইহঁতৰ মুখত বিশেষ ধৰণৰ অংশ থাকে৷
a winged, hairy-bodied, usually stinging insects of the superfamily Apoidea in the order Hymenoptera, including both solitary and social species and characterized by sucking and chewing mouthparts for gathering nectar and pollen.
- মধুভৃৎmo.dhu.britCommon Noun

- মধুমক্ষিকাmo.dhu.mo.khyi.kaCommon Noun

- মধুমতীmadhumatīAdjective
যি মোহিত কৰে; যি মুগ্ধ কৰে
enchanting
- মধুমাসmo.dhu.maxAbstract Noun
অসমীয়া বছৰৰ দ্বাদশ মাহ, ফাগুণৰ পাছত
the twelve month of the Assamese year, after Faagoon
- মধুমাহ
চ'ত মাহ; বসন্ত কাল
the month of Chaitra; the spring season
- মধুমেহmadhumehaNoun
বহুমূত্ৰ-ৰোগ
diabetes
- মধুময়madhumaẏaAdjective
মৌৰ দৰে; বৰ সোবাদ; সন্তোষদায়ক
agreable
- মধুলিটmo.dhu.litCommon Noun
হাইমেনপ্টেৰা বৰ্গ আৰু এপইদিয়া পৰিয়ালৰ অন্তৰ্গত গাইগুটীয়া বা সামাজিক, এবিধ পাখিযুক্ত, গাত নোম থকা আৰু সাধাৰণতে বিন্ধিব পৰা ক্ষমতা থকা পতঙ্গ৷ ফুলৰ মৌ চুহিবৰ কাৰণে ইহঁতৰ মুখত বিশেষ ধৰণৰ অংশ থাকে৷
a winged, hairy-bodied, usually stinging insects of the superfamily Apoidea in the order Hymenoptera, including both solitary and social species and characterized by sucking and chewing mouthparts for gathering nectar and pollen.
- মধুলিহmo.dhu.lihCommon Noun

- মধুলেহmo.dhu.lehCommon Noun

- মধুলেহীmo.dhu.le.hiCommon Noun

- মধুসুধনmo.dhu.xu.dhonProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- মধুসূদনmadhusūdanaNoun
মধুদৈত্যক মাৰোঁতা; বিষ্ণু
a name of Visnu
- মধুসোলেংmadhusolemNoun
ঈষৎ টেঙা গুণ থকা আৰু বগা-চানেকীয়া বৰণৰ লতা শক; "সোলেং" চোবাঁ।
- মধু্যামিনীmo.dhu.ja.mi.niAbstract Noun
নতুনকৈ বিয়া হোৱা দম্পতিয়ে উপভোগ কৰা ছুটী নাইবা বিলাস-ভ্ৰমণ
A honeymoon is the traditional holiday taken by newlyweds to celebrate their marriage in intimacy and seclusion. Today, honeymoons by Westerners are often celebrated in destinations considered exotic and/or romantic.