মধুমাহ
অৰ্থ
1.
চ'ত মাহ; বসন্ত কাল
the month of Chaitra; the spring season
2.
বিষ্ণুৰ কাণৰ মলিৰপৰা ওপজা আৰু তেবেঁই বধ কৰা এটা অসুৰ
the name of demon
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
চ'ত মাহ; বসন্ত কাল
the month of Chaitra; the spring season
বিষ্ণুৰ কাণৰ মলিৰপৰা ওপজা আৰু তেবেঁই বধ কৰা এটা অসুৰ
the name of demon
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ