← ফুৰি যাওক

মধুপুৰীয়া

অৰ্থ

1.

কোচবিহাৰত মাধবদেবৰপৰা ধৰ্ম্মগ্ৰহণ কৰা শিষ্যসকলৰ যোগেদি বঢ়া মহাপুৰুষীয়া সম্প্ৰদায়ৰ এটা শ্ৰেণী [এই শ্ৰেণী মহাপুৰুষীয়া বিশেষকৈ বদুলা-আতাৰপৰা সৱষ্টি হয়।]

a section of Vaisnavas of the Mahāpurusīyā sect of Assam

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মধুপুৰীয়া · অসমীয়া অভিধান