মধুসোলেং
madhusolem
অৰ্থ
1.
ঈষৎ টেঙা গুণ থকা আৰু বগা-চানেকীয়া বৰণৰ লতা শক; "সোলেং" চোবাঁ।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ