কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাক-কটাAdjective
বৰ নিলাজ; স্ত্ৰী. নাক-কাটী; নাক- কাট্ বৰকৈ লাজ দি
to put to great shame
- নাক-খেচখেচীয়াnāka-khecakhecīẏāNoun
বনৰীয়া পানীহাঁহ জাতিৰ এজাতি বগা ক'লা-পখৰা চৰাই
a kind of teal
- নাক-খেৰকুচীয়াnāka-kherakucīẏāNoun
বনৰীয়া পানীহাঁহ জাতিৰ এজাতি বগা ক'লা-পখৰা চৰাই
a kind of teal
- নাক-চুটিAdjective
চুটি নাক- যুক্ত; খঁৰা-নকা; নিলাজ
snub-nosed; shameless
- নাক-ফুলnāka-phulaNoun
নাকত পিন্ধা এবিধ ফুলৰ আকৱতিৰ সোণৰ অলঙ্কাৰ
a kind of ornament worn on the wing of the nose
- নাক-বালিnāka-bāliNoun
নাকৰ ফুটাত পিন্ধা আঙঠিৰ নচিনা অলঙ্কাৰ
a nose-ring
- নাকচnakosVerbal Adj.
কোনো আইন, মতামত বা কথা মানি লবলৈ অথবা বলবৎ কৰিবলৈ অমান্তি হোৱা |
To refuse to accept, submit to, believe, or make use of.
- নাকচ কৰVerb-Trans.
শক্তি, গাঢ়তা বা প্ৰাৱল্য হ্ৰাস হোৱা
To become less strong, severe or intense
- নাকচ কৰ্na.kos korVerb-Trans.
to refuse to have, take, recognize
- নাকছnākacha
ৰদ; বাতিল।
- নাকটিnākaṭiNoun
নাকৰ আগৰ দুই বিন্ধাৰ মাজৰ উপাস্হি বা ছাল
the cartilage or the lower part of the septum of the nose
- নাকটি-বাৰিnākaṭi-bāri
সৰু খিলি; খুঁটি; মহুৰাৰ শিৰিলি-মাৰিক মাকোৰ ভিতৰত ধৰি ৰখা মাৰি।
- নাকটি-মাৰি
দোৰ্পতিৰ দুমুৰৰ নাক বিন্ধাত সুমাই সোৰ্পতি দুচলা যোৰ পাতি ধৰি ৰখা বাঁহৰ শলা
the pin which is inserted in the bores of the battens of the loom to hold them together
- নাকডেওনাnākaḍeonāNoun
চকুৰ মাজৰপৰা নাকৰ আগলৈ থকা নাকৰ হাড়ুবা ভাগ
the bridge of the nose
- নাকত-খেৰগছnākata-kheragachaNoun
বনৰীয়া পানীহাঁহ জাতিৰ এজাতি বগা ক'লা-পখৰা চৰাই
a kind of teal
- নাকনি-কাণনিnākani-kāṇaniAdjective
নাক-কাণ কটা বা নাইকিয়া কৰা; বৰকৈ লাজ দিয়া; গালি আৰু অপমানেৰে মাতিব নোবৰা কৰা
greatly humiliated or put to shame
- নাকনি-কাণনি কৰ্na.ko.ni-ka.no.ni korVerb-Trans.
কোনো ব্যক্তিৰ সন্মান বা মহত্ব লাঘৱ কৰ্
to lower the dignity or respect of someone
- নাকপন্থিnak.pon.thiMaterial Noun
অবিবাহিত গাড়ো যুৱক সকল বিয়াৰ আগতে সমজুৱাকৈ থাকিবলৈ গাড়ো গাওত থকা উমৈহতীয়া ঘৰ৷
a community hall in Garo villages in Meghalaya where all unmarried young males live together before they get married.
- নাকফুলnak.phulMaterial Noun
নাকত পিন্ধা অলঙ্কাৰ ।
A pendant worn at the nose.
- নাকহন্যাnākahanyāNoun
নাকেদি তেজ ওলোবা ৰোগ; "এবাঁ" চোবাঁ।