← ফুৰি যাওক

নাকটি-মাৰি

অৰ্থ

1.

দোৰ্পতিৰ দুমুৰৰ নাক বিন্ধাত সুমাই সোৰ্পতি দুচলা যোৰ পাতি ধৰি ৰখা বাঁহৰ শলা

the pin which is inserted in the bores of the battens of the loom to hold them together

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নাকটি-মাৰি · অসমীয়া অভিধান