← ফুৰি যাওক

নাকনি-কাণনি

nākani-kāṇani

অৰ্থ

1.

নাক-কাণ কটা বা নাইকিয়া কৰা; বৰকৈ লাজ দিয়া; গালি আৰু অপমানেৰে মাতিব নোবৰা কৰা

greatly humiliated or put to shame

বিণ.

2.

নাকময় কাণময় হোবাৰ দৰে অবস্হাপ্ৰাপ্ত; নাকে-কাণে পানী খোবাৰ দৰে অবস্হা হোবা।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ