← ফুৰি যাওক

নাকটি

nākaṭi

অৰ্থ

1.

নাকৰ আগৰ দুই বিন্ধাৰ মাজৰ উপাস্হি বা ছাল

the cartilage or the lower part of the septum of the nose

বি.

2.

নাকটিৰ আকৱতিৰ আন পদাৰ্থ; যেনে-"ঢোলৰে মাৰিৰে : নাকটি ছিগিব" (বিহুগীত)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ