কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যুগুতyugutaAdjective
যুগ সঙ্গত; যুক্তিযুক্ত; উচিত
proper; reasonable
- যুগুত কৰju.gut korVerb-Trans.
(কোনো বস্তু) ব্যৱহাৰৰ উপযোগীকৈ গঢ়ি তোল্।
To make something or somebody ready to be used or to do something.
- যুগুত কৰ্Verb-Trans.
to make something available by managing the source and logistics to bring it to the required location and time.
- যুগুতাyugutāTransitive verb
অনেক বস্ত্ত গোটাই প্ৰস্ত্তত কৰ্; কোনো কাম কৰিবলৈ বস্ত্ত-বাহানি গোটা
to prepare; to make ready
- যুগুতিyugutiNoun
যুক্তি; কাৰণ; যেনে-"নলাগে মাগিবে তাক শুনিয়ো যুগুতি" (ভক্তি ৰত্নাবলী)
- যুগ্মyugmaNoun
যুগল; যোৰ; দুটা
a couple; pair
- যুগ্ম সংখ্যাjug.mo xong.khyaAbstract Noun
দুইৰে বিভাজ্য যিকোনো সংখ্যা
any number divisible by two
- যুগ্ম ৰাশিyugma, rāśiNoun
বাকী নথকাকৈ দুই সংখ্যাৰে ভাগ কৰিব পৰা ৰাশি; যেনে-2, 4, 6 আদি
an even number
- যুগ্মকjug.mokProper Adj.
কেৱল দুটা সংখ্যাৰ ওপৰত প্ৰতিষ্ঠিত; দুটা অংশ থকা; ০ আৰু ১ সংখ্যা দুটাৰ ওপৰত ভিত্তি কৰা সংখ্যা পদ্ধতি।
based on only two numbers; consisting of two parts; using only 0 and 1 as a system of numbers.
- যুগ্মজীৱনAbstract Noun
দুজন ব্যক্তি দম্পত্তিৰূপে আতিবাহিত কৰা জীৱনৰ এক পৰ্য্যায়
The phase of life where two people live as a couple
- যুজন্তাju.jon.taCommon Noun
যুদ্ধত নিপুণ আৰু যুদ্ধ কৰা ব্যক্তি|
A person engaged or experienced in warfare.
- যুজোঁতাju.jo’~.taCommon Noun
যুদ্ধত নিপুণ আৰু যুদ্ধ কৰা ব্যক্তি|
A person engaged or experienced in warfare.
- যুটিju.tiSuffix
suffix indicating a pair
- যুটীযা সমিতিAbstract Noun
কোনো নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একাধিক বিভাগৰ সদস্যৰে গঠিত এখন সমিতি৷
A committee with members of multiple departments to carry out specific task.
- যুটীয়াyuṭīẏāAdjective
দুই বা তাতকৈ অধিক লোক যোগ থকা
joint
- যুতyutaNoun
বিয়াত টেমী-কটাৰী সলোবা কাৰ্য্য
the exchange of lime-pot and knife between the bride and bride-groom as a part of the marriage ceremony
- যুতকyutaka
"যৌতুক" আৰু "যৌতুকীয়া" চোবাঁ।
- যুতকীয়াyutakīẏā
"যৌতুক" আৰু "যৌতুকীয়া" চোবাঁ।
- যুতিyutiNoun
"জোটনি"।
- যুদ্ধyuddhaNoun
ৰণ; মৰা-মৰি
war; fight