যুগুত
yuguta
অৰ্থ
1.
যুগ সঙ্গত; যুক্তিযুক্ত; উচিত
proper; reasonable
বিণ.
2.
অনেক বস্ত্ত গোটাই প্ৰস্ত্তত কৰা
prepared
বিণ.
3.
যুক্ত; লগ লাগি থকা; যেনে-"সুবৰ্ণ কিৰীটি যুগুত সৰ্ব্বক্ষণ" (ৰত্নাবলী)।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ