যুগুতি
yuguti
অৰ্থ
1.
যুক্তি; কাৰণ; যেনে-"নলাগে মাগিবে তাক শুনিয়ো যুগুতি" (ভক্তি ৰত্নাবলী)
বি.
2.
উচিত; যেনে-"শুনিয়ো ইহাৰ যেন যুগুতি উত্তৰ" (ৰত্নাবলী)।
বিণ.
3.
যুগুত; যোগাৰ
preparation or collection of proper things or means
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ