যুত
yuta
অৰ্থ
1.
বিয়াত টেমী-কটাৰী সলোবা কাৰ্য্য
the exchange of lime-pot and knife between the bride and bride-groom as a part of the marriage ceremony
বি.
2.
যুক্ত; সংযুক্ত; যেনে-"ৰাজাক বিষাদযুতঃ দেখি পৰাশৰ-সূত; বুলিলাহা বচন সাদৰি" (নাৰী-পৰ্ব্ব)।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ