কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যুগজয়ীju.go.jo.yiProper Adj.
এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা
expected to remain unchanged for an indefinitely long time.
- যুগধৰ্মju.go.dhor.moAbstract Noun
কোনো যুগত চলন্তি বিশেষ ধৰ্ম্ম বা আচৰণ আদি৷
virtues, usages belonging to any particular age.
- যুগধৰ্ম্মyugadharmmaNoun
কোনো যুগত চলন্তি বিশেষ ধৰ্ম্ম বা আচৰণ আদি
virtues, usages belonging to any particular age
- যুগপৎyugapatAdverb
একে সময়তে
simultaneously
- যুগমানসAbstract Noun
ইতিহাসৰ কোনো নিৰ্দিষ্ট সময়ৰ সংজ্ঞায়িত মনোভাৱ বা আৱেগ যিটো সেই সময়ৰ ধাৰণা আৰু বিশ্বাসৰ দ্বাৰা প্ৰতিফলিত হয়৷
the defining spirit or mood of a specific period of history as reflected by the ideas and beliefs of the time.
- যুগমাৰ্yugamār
মূৰ আৰু শুড় দুয়োৰে মাৰ্, হেঁচ্ বা দাঙি ধৰ্ (হাতী মাউতে হাতীক কোবা কথা)।
- যুগমীয়াyugamīẏāAdjective
এক যুগ হোবা; বহু কাম থকা
very durable; existing from a very long time past
- যুগমীয়া কৰ্ju.go.mi.ya korVerb-Trans.
কিহবাক মৃত্যুহীন বা চিৰঞ্জীৱী কৰি তোল্
to make something immortal or everlasting
- যুগলyugalaNoun
এযোৰ
a pair
- যুগল-পটলyugala-paṭalaNoun
ত্ৰিপদী ছন্দৰ লগত আৰু এশাৰী পদ থকা এবিধ ছন্দ; যেনে-"কৰাকৱপা কৱষ্ণঃ মনত মিলোকঃ হৰি হৰি হৰি হৰি এ, তষু পদ সেবা পৰম অমিয়া ৰস" (নামঘোষা)।
- যুগলীProper Adj.
দুটা সমৰূপী ক্ৰম’জমৰ সংযোগৰ সৈতে জড়িত৷
pertaining to associations of two homologous chromosomes.
- যুগাংশকju.gang.xokAbstract Noun
পৃথিৱীয়ে সূৰ্য্যৰ চাৰিফালে এবাৰ প্ৰদক্ষিণ কৰিবলৈ লগা সময়৷
the time taken by the earth to revolve around the sun.
- যুগান্তyugāntaNoun
কোনো এক যুগৰ শেষ
the end of an age
- যুগান্তকাৰীju.gan.to.ka.riProper Adj.
মানুহৰ ইতিহাস চিন্তা অথবা জ্ঞানৰ দিশত নতুন যুগৰ সূচনা কৰিব পৰা
(an event) so dramatic that it opened a new era, as in human history, thought, or knowledge
- যুগান্তৰyugāntaraNoun
নতুন যুগ
new age
- যুগান্তৰকাৰীju.gan.tor.ka.ri
মানুহৰ ইতিহাস চিন্তা অথবা জ্ঞানৰ দিশত নতুন যুগৰ সূচনা কৰিব পৰা
(an event) so dramatic that it opened a new era, as in human history, thought, or knowledge
- যুগান্তৰীju.gan.to.riProper Adj.
মানুহৰ ইতিহাস চিন্তা অথবা জ্ঞানৰ দিশত নতুন যুগৰ সূচনা কৰিব পৰা
(an event) so dramatic that it opened a new era, as in human history, thought, or knowledge
- যুগাবতাৰyugābatāraNoun
এটা যুগৰ আটাইতকৈ মহিমামণ্ডিত, সৰ্ব্বশ্ৰেষ্ঠ লোক
the greatest man of the age
- যুগীyugīNoun
সাপ মেলি ধেমালি দেখুওবা মানুহ
a snake-charmer
- যুগী-এৰিyugī-eriNoun
ৰঙা পাণৰ মাহী; তৰা গছৰ পাতৰ নিচিনা পাতেৰে এবিধ বাৰীত হোবা গছ; [ইয়াৰ গা আৰু পাত ৰঙা; শোভাৰ নিমিত্তে ফুলনিত ৰোবে।]
a kind of ornamental plant