← ফুৰি যাওক

যুগান্ত

yugānta

অৰ্থ

1.

কোনো এক যুগৰ শেষ

the end of an age

বি.

2.

প্ৰলয়; যেনে-"যুগান্তৰ সূৰ্য্য যেন আছন্ত প্ৰকাশি" (কীৰ্ত্তন)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যুগান্ত · অসমীয়া অভিধান