← ফুৰি যাওক

যুগী

yugī

অৰ্থ

1.

সাপ মেলি ধেমালি দেখুওবা মানুহ

a snake-charmer

বি.

2.

পাট-পলু পুহি সূতা ফটা কাটনি

silk-worm rearing caste

বি.

3.

বাহৰ ভিতৰত লেটা নেবান্ধি পলুৰ আকাৰেৰে থকা যুগা।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যুগী · অসমীয়া অভিধান