যুগী-এৰি
yugī-eri
অৰ্থ
1.
ৰঙা পাণৰ মাহী; তৰা গছৰ পাতৰ নিচিনা পাতেৰে এবিধ বাৰীত হোবা গছ; [ইয়াৰ গা আৰু পাত ৰঙা; শোভাৰ নিমিত্তে ফুলনিত ৰোবে।]
a kind of ornamental plant
বি.
2.
খেৰ-কুটাৰে দীঘলীয়া বাহ সাজি তাৰ ভিতৰতে সোমাই থকা এবিধ পোক; [মুখৰপৰা সূতা উলিয়াই সি ওখ গছ আদিৰপৰা সেই সূতাতে কেতিয়াবা ওলমি থাকে।]
a kind of worm
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ