কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পতনুবাpatanubāAdjective
পতানেৰে মিহলি (ধান)
mixed with blighted corn
- পতনুৱাpo.to.nu.waVerbal Adj.
ভিতৰত শাহ নথকা পতানেৰে মিহলি বা পতানৰ নিচিনা
the state of (rice grain) being deteriorated due to blight
- পতনোন্মুখVerbal Noun
gradual loss in quality due to long use
- পতলাpatalāNoun
খোবা বস্ত্তৰে ভৰা পাত্ৰ; যেনে-"দুপতলা"
as much food as can be contained in a plate
- পতহাpatahāNoun
পাতৰ দৰে পাতল চকলা
a thin slice
- পতহিওবাAdjective
act of slicing; sliced
- পতহিওৱাpot.hi.o`waVerbal Adj.
পাতলকৈ বনোৱা চকল ।
Prepared by cutting into thin flakes.
- পতহিয়াTransitive verb
নিচেই পাতলকৈ চকলিয়া
to slice
- পতাpatāNoun
পিটি গছৰ পাতৰ নিচিনা পাতল কৰা পাত; যেনে-"ৰাং- পতা"
a very thin plate of metal
- পতাকাpatākāNoun
নিচান; ধ্বজ
a flag
- পতাকিনীpo.ta.ki.niCommon Noun
সামৰিক বাহিনীৰ যুঁজাৰু সদস্য।
The combating member of an army.
- পতাকী-চক্ৰpatākī-cakraNoun
পাঁজিত শুভাশুভ গণনা কৰা চক্ৰাকাৰ এক ৰেখা
a circle used in astrology to determine evil or good influence of stars
- পতানpatānaNoun
ভিতৰত শাহ নথকা ধান
blighted or immature corn
- পতালpatālaNoun
পৱথিবীৰ তলত থকা বুলি ভবা সাত তলা বা খলপাৰ নিচেই তলৰ খলপা বা তলা
the last of seven regions believed to be under the earth
- পতাল-গাজনি
মাটিৰ তলৰপৰা ভুঁইকঁপৰ আগতে অহা গভীৰ শব্দ
a deep rumbling sound that sometimes precedes an earth-quake
- পতাল-ফুটাAdjective
পতাললৈকে বিন্ধা থকা; বৰ দ (পুখুৰী বা নাদ)
very deep
- পতালী-কোমোৰাpatālī-komorāNoun
ভুঁই-কোমোৰা; গুণৰাজ; ফেৰেঙনি মেলা, ঘূৰণীয়া পাতেৰে এবিধ লতাৰ মাটিৰ তলত হোবা কামোৰাৰ নিচিনা মূল
a large creeper yielding a large tuber; convulvuls puniculata
- পতিpatiNoun
স্বামী
husband
- পতি কৰ্pati, kar
প্ৰতিপাল বা শুশ্ৰুষা কৰ্; যত্ন ল
to take care of; to nurse
- পতি পতিকৈAdverb
বাৰে বাৰে
repeatedly