পতি
pati
অৰ্থ
1.
স্বামী
husband
বি.
2.
গৰাকী; প্ৰভু; অধিকাৰ; প্ৰধান লোক
owner; master; lord; a chief
বি.
3.
পৰিচৰ্যা
nursing
বি.
4.
"প্ৰতি" অৰ্থ বুজোবা এটা অব্যয়
adverbial particle that comes after a noun to denote "each"
অব্য.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ