পতা
patā
অৰ্থ
1.
পিটি গছৰ পাতৰ নিচিনা পাতল কৰা পাত; যেনে-"ৰাং- পতা"
a very thin plate of metal
বি.
2.
চকু ঢকা চাল; পিৰঠি
the eyelid
বি.
3.
মানুহ বা হাঁহ-জাতীয় চৰাইৰ ঠেঙৰ মাটিত পৰা ভাগৰ ওপৰ ফাল
a human foot; a web-foot, as of a duck
বি.
4.
কথাৰে বা ব্যবহাৰৰ দ্বাৰা মানুহক বশ কৰ্
to influence a man with words or behaviour
সক. ধা.
5.
ৰাজমিস্ত্ৰীয়ে পকা গাঁথোঁতে গাঁথনি সমান বা 'লেভেল' ঠিক কৰোঁতে ব্যবহাৰ কৰা এচটা চেপেটা কাঠ
a mason's tool
বি.
6.
পাতিবলৈ আনক নিয়োগ কৰ্
to cause to be laid
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ