পতাল-গাজনি
অৰ্থ
1.
মাটিৰ তলৰপৰা ভুঁইকঁপৰ আগতে অহা গভীৰ শব্দ
a deep rumbling sound that sometimes precedes an earth-quake
2.
দূৰণিৰপৰা অহা মেঘৰ গৰ্জ্জন
the rumbling sound of thundering in the sky
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ