কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সঙ্কাশsaṅkāśaAdjective
তুল্য; সমান; সদৱশ; যেনে-"মগধ ৰাজাৰ সেনা সাগৰ-সঙ্কাশ" (কীৰ্ত্তন)
like; resembling
- সঙ্কীৰ্তনsaṅkīrtanaNoun
বাদ্যেবে ঈশ্বৰৰ নাম-গুণ গোবা কাৰ্য্য
the act of singing hymns in honour of God
- সঙ্কীৰ্ত্তনsaṅkīrttanaNoun
বাদ্যেবে ঈশ্বৰৰ নাম-গুণ গোবা কাৰ্য্য
the act of singing hymns in honour of God
- সঙ্কুচিতsaṅkucitaAdjective
কোঁচ খোবা; চাপ খোবা
contracted
- সঙ্কুলsaṅkulaAdjective
পৰিপূৰ্ণ; সমাকীৰ্ণ; যেনে-"বিপদ-সঙ্কুল"। সঙ্কেত [সং.] বি. ইঙ্গিত; ঠাঁৰ; চিয়াৰ
a hint; a gesture; a signal
- সঙ্কোচsaṅkocaNoun
কোঁচ; চাপ খোবা
contraction
- সঙ্কোচনxong.ko`.sonVerbal Noun
হাঁড়ৰ জোৰা বা হাত-ভৰি কোঁচোৱা কাৰ্য্য
the act of bending a joint or limb
- সঙ্কৰsaṅkaraNoun
ভিন ভিন জাতীয় পদাৰ্থ একেলগ কৰা; সানমিহলি কৰা
- সঙ্কৰ্ষণsaṅkarṣaṇaNoun
প্ৰবল আকৰ্ষণ
attraction
- সঙ্গsaṅgaNoun
লগ
companionship; society
- সঙ্গতxong.gotProper Adj.
ভুল-ত্ৰুটিৰ পৰা মুক্ত
free from error or fault
- সঙ্গতিsaṅgatiNoun
বন্ধু; লগৰীয়া
a friend; a companion
- সঙ্গপ্ৰিয়saṅgapriẏaAdjective
লগ লাগি থকা; জাক বান্ধি থকা; . সঙ্গম [সং] বি. মিলন, দুই বা অধিক নৈৰ মিলন-স্হান
gregarious ; union; junction
- সঙ্গবিমুখxong.go.bi.mukhProper Adj.
shut off or apart from the world; living in seclusion, often for religious reasons
- সঙ্গমxong.gomAbstract Noun
দুই বা ততোধিক সত্ত্বা একেলগ হোৱা বা এক হোৱা৷
The act of two or more bodies coming together and becoming one.
- সঙ্গমস্থলxong.gom.stholAbstract Noun
দুখন নৈ লগ-লাগি এখন হোৱা স্থান ৷
The place where two rivers merge and flow together.
- সঙ্গহিsaṅgahiNoun
লগত; সঙ্গত; যেনে-"অন্তকালে সোহি সঙ্গহি নযায়" (বৰগীত)।
- সঙ্গহীনxong.go.hinProper Adj.
কোনো লগ নাইকিয়া ব্যক্তি, লগ-সংগ নোহোৱা অৱস্থা
one who has no company; an atmosphere of having no company
- সঙ্গহীনতাxong.go.hi.no.taAbstract Noun
অকলশৰীয়া অৱস্থা।
state of being lonely.
- সঙ্গীsaṅgīNoun
লগৰীয়া
an associate; a companion