সঙ্কৰ
saṅkara
অৰ্থ
1.
ভিন ভিন জাতীয় পদাৰ্থ একেলগ কৰা; সানমিহলি কৰা
বি.
2.
এক জাতীয় পুৰুষ আৰু আন জাতীয় তিৰোতাৰপৰা ওপজা সন্তান; যেনে-"বৰ্ণসঙ্কৰ"
cross- bred
বি.
3.
অলঙ্কাৰ-বিশেষ।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ