← ফুৰি যাওক

সঙ্গতি

saṅgati

অৰ্থ

1.

বন্ধু; লগৰীয়া

a friend; a companion

বি.

2.

লগ; সঙ্গ

companionship

বি.

3.

ভাল অবস্হা; জীৰনৰ ভাল ভাব; ভাল দশা; . সঙ্গতি লগা সুবিধা লগা; উপায় কৰ্; , সঙ্গতি লাগ্ সুবিধা লাগ্; যোগাৰ হ; . সঙ্গতিপন্ন বিণ. অবস্হাপন্ন; ভাল অবস্হাৰ; চহকী

good position or circumstance ; to find out means for; arrange for ; to be arranged for, prepared ; well-to-do; of good position

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সঙ্গতি · অসমীয়া অভিধান