← ফুৰি যাওক

সঙ্কুল

saṅkula

অৰ্থ

1.

পৰিপূৰ্ণ; সমাকীৰ্ণ; যেনে-"বিপদ-সঙ্কুল"। সঙ্কেত [সং.] বি. ইঙ্গিত; ঠাঁৰ; চিয়াৰ

a hint; a gesture; a signal

বিণ.

2.

কোনো কাৰ্য্য কৰাৰ ৰহস্য; কিটিপ; নিশিকিলে নজানা কৌশল

a trade or mechanical secret

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ