কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যজুৰ্ব্বেদyajurbbedaNoun
চাৰি বেদৰ এক বেদ [ইয়াত অনেক যাগ- যজ্ঞাদিৰ বিধান আছে। ইয়াৰ দুভাগ আছে; এভাগৰ নাম বাজসনেয় বা শুক্ল যজুৰ্ব্বেদ, আৰু ইভাগৰ নাম তৈত্তিৰীয় বা কৱষ্ণ যজুৰ্ব্বেদ।]
one of the four vedas
- যজুৰ্ব্বেদীAdjective
যজুৰ্ব্বেদমতে চলা; যজুৰ্ব্বেদমতে কৰ্ম্ম কৰা
practising ceremonies according to rules of Yajurveda
- যজ্yajTransitive verb
যজ্ঞেৰে পূজা কৰ্; আৰাধনা কৰ্
to worship
- যজ্ঞyajñaNoun
দেবতাৰ উদ্দেশ্যে বলি, নৈবেদ্য আদি দি কৰা পূজা; হোম
a sacrifice; a worship with offerings
- যজ্ঞ -কুণ্ডNoun
যজ্ঞ বা হোমৰ জুই ধৰা গাঁত
a sacrificial fire-pit
- যজ্ঞ -পুৰুষyajña, -puruṣaNoun
বিষ্ণু।
- যজ্ঞ-কৰ্ত্তাjog.yo-kor.taProper Adj.
হিন্দু প্ৰথামতে হোম যজ্ঞ কৰোঁতা
one who makes a burnt offering according to Hindu custom
- যজ্ঞ-বেদীNoun
যজ্ঞ বা হোম কৰা ভেটি; যজ্ঞ-শালা বি. যজ্ঞ কৰা ঠাই।
- যজ্ঞ-বৰাহyajña-barāhaNoun
বিষ্ণুৰ বৰাহ অবতাৰ।
- যজ্ঞপতিNoun
যজ্ঞৰ গৰাকী; বিষ্ণু
Visnu
- যজ্ঞভোক্তাNoun
বিষ্ণু; যেনে -"যজ্ঞভোক্তা ভুঞ্জন্তে ৰাখন্তো প্ৰতি নিতি" (দশম)।
- যজ্ঞসূত্ৰyajñasūtraNoun
উপবীত; লগুণ
the sacred thread worn by a Brāhmana, a Kshatriya or a Vaisya
- যজ্ঞাগ্নিjo.gyag.niMaterial Noun
হোম বা যজ্ঞৰ জুই
fire of holy pyre or 'hom'
- যজ্ঞানলjo.gya.nolMaterial Noun
হোম বা যজ্ঞৰ জুই
fire of holy pyre or 'hom'
- যজ্ঞেশjod.gesProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- যজ্ঞোপবীতNoun
যজ্ঞসূত্ৰ।
- যঠাyaṭhāNoun
অঙ্কুশ; হাতী-মাউতে ব্যবহাৰ কৰা এমূৰে লোৰ কাঁইট লগোবা হাতী খোঁচা মাৰি
an iron-pointed goad for elephant
- যঠেষ্টjo.thes.toProper Adj.
যিমান প্ৰয়োজন সিমানখিনি অভাৱ নোহোৱাকৈ পোৱা|
Of a quantity that can fulfil a need or requirement but without being abundant.
- যতyataAdjective
যিমান; যি পৰিমাণ
as much as; as many as
- যত কুটৰ ঘাই, যত কুটৰ মাধyata, kuṭara, ghāi, yata, kuṭara, mādha
সকলো অনিষ্টৰ মূল বা গৰাকী ['যেত-কুটৰ মাধ'-এনেও হয়।]
an arch mischief-maker, root