← ফুৰি যাওক

যজুৰ্ব্বেদী

অৰ্থ

1.

যজুৰ্ব্বেদমতে চলা; যজুৰ্ব্বেদমতে কৰ্ম্ম কৰা

practising ceremonies according to rules of Yajurveda

বিণ.

সমাৰ্থক শব্দ

2.

যজুৰ্ব্বেদমতে চলা লোক

a follower of the Yajurveda

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ