← ফুৰি যাওক

যজুৰ্ব্বেদ

yajurbbeda

অৰ্থ

1.

চাৰি বেদৰ এক বেদ [ইয়াত অনেক যাগ- যজ্ঞাদিৰ বিধান আছে। ইয়াৰ দুভাগ আছে; এভাগৰ নাম বাজসনেয় বা শুক্ল যজুৰ্ব্বেদ, আৰু ইভাগৰ নাম তৈত্তিৰীয় বা কৱষ্ণ যজুৰ্ব্বেদ।]

one of the four vedas

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যজুৰ্ব্বেদ · অসমীয়া অভিধান