← ফুৰি যাওক

যজ্ঞ

yajña

অৰ্থ

1.

দেবতাৰ উদ্দেশ্যে বলি, নৈবেদ্য আদি দি কৰা পূজা; হোম

a sacrifice; a worship with offerings

বি.

2.

(গীতা) তপস্যা, ইন্দ্ৰিয়, নিগ্ৰহ, ধ্যান আদি; যজ্ঞডিমৰু এবিধ ডিমৰু

ficus cunia

বি.

3.

যঁজা; এটাৰ গাত আনটোৰ গা লাগি উৎপন্ন হোবা

born or produced in a united state

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ