কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যুঁজৰাগyum̐jarāgaNoun
জোঁটাপুটি; বিবাদ
struggle; fight
- যুঁবলিyum̐baliNoun
ছাল বোবা গৰুহালৰ ডিঙি লগা-লগিকৈ ৰখা কাঠ
a yoke
- যুঁৱলিju~.o.liAbstract Noun
সাগৰ, হ্ৰদ, নদী আদিৰ পানীৰ পৰিসীমাৰ দাঁতিত স্থলভাগ, যি সাধাৰণতে বালি, শিল বা পলসেৰে ভৰি থাকে।
The zone above the water line at end the edge of a water body like sea, lake, river etc, marked by an accumulation of sand, stone, or gravel that has been deposited by the tide or waves.
- যুঁৱলি বান্ধju~.wo.li bandhVerb-Trans.
গৰু আদিক যুৱলি লগোৱা৷
Put a yoke on or join with a yoke.
- যুকতিyukatiNoun
যুক্তি; কাৰণ।
- যুকিয়াyukiẏāTransitive verb
আউল-জাউল গুচা; শৱঙ্খলা কৰ্; গোটা; একেলগ কৰ্
to arrange; to collect
- যুক্তyuktaAdjective
একত্ৰ কৰা; লগ লগোবা; সংলগ্ন
joined
- যুক্ত কৰণjuk.to ko.ronAbstract Noun
দুই বা ততোধিক সত্ত্বা একেলগ হোৱা বা এক হোৱা৷
The act of two or more bodies coming together and becoming one.
- যুক্তকৰjuk.to.korAbstract Noun
ভাৰতীয় ৰীতি অনুসৰি দুয়োখন হাত লগ-লগাই মূৰ দোঁৱাই কৰা সম্ভ্ৰম| সাধাৰণতে নিজতকৈ বয়সত ডাঙৰ বা সন্মানীয় মানুহৰ ক্ষেত্ৰত প্ৰণাম ব্যৱহাৰ কৰা হয়|
Indian greeting gesture consisting of a small bow while holding the palms together raised before the body.
- যুক্তাক্ষৰjuk.ta.khyorProper Noun
দুটা বা ততোধিক বৰ্ণ লগ লাগি এটা স্বৰ অথবা ধ্বনি বুজোৱা চিহ্ন/যুগ্ম-বৰ্ণ৷
Two or more successive letters which represent a single phonological unit.
- যুক্তিyuktiNoun
হেতু; কাৰণ
the reason of an argument
- যুক্তি কৰ্yukti, kar
যুগুত কৰি ৰাখ্; যোগাৰ কৰ্; যেনে-"বৰফুকনে ৰাজ্য যোগ্য বস্ত্ত যুক্তি কৰিলে" (বুৰঞ্জী)
to arrange
- যুক্তি দেjuk.ti deVerb-Trans.
কোনো কাম কিয় কৰা হৈছে তাক যুক্তিৰে ব্যাখ্যা কৰা৷
to explain with reason why an action has been taken.
- যুক্তি দৰ্শাjuk.ti dor.xaVerb-Trans.
কোনো কাম কিয় কৰা হৈছে তাক যুক্তিৰে ব্যাখ্যা কৰা৷
to explain with reason why an action has been taken.
- যুক্তি-তৰ্কAbstract Noun
পৰস্পৰ বিৰোধী যুক্তি দৰ্শাই কৰা আলোচনা
A discussion involving opposing points; an argument
- যুক্তি-যুক্তjuk.ti-juk.toProper Adj.
অৰ্থ, গুৰুত্ব, উদ্দেশ্য বা মূল্য থকা
full of meaning, significance, purpose, or value
- যুক্তি-সিদ্ধyukti-siddhaAdjective
উচিত; সঙ্গত
reasonable; proper
- যুক্তিতত্ত্বjuk.ti.tot.woAbstract Noun
যুক্তিসঙ্গতভাৱে কোনো এটা বিষয় ফহিয়াই দেখুওৱা শাস্ত্ৰ৷
The art and science of reasoning, especially of the structure of propositions as distinguished from their content and of method and validity in deductive reasoning.
- যুক্তিতত্বjuk.ti.tot.woAbstract Noun
যুক্তিসঙ্গতভাৱে কোনো এটা বিষয় ফহিয়াই দেখুওৱা শাস্ত্ৰ৷
The art and science of reasoning, especially of the structure of propositions as distinguished from their content and of method and validity in deductive reasoning.
- যুক্তিপূৰ্ণjuk.ti.pur.noProper Adj.
having logic or reason that can be explained properly.