যুক্তি কৰ্
yukti, kar
অৰ্থ
1.
যুগুত কৰি ৰাখ্; যোগাৰ কৰ্; যেনে-"বৰফুকনে ৰাজ্য যোগ্য বস্ত্ত যুক্তি কৰিলে" (বুৰঞ্জী)
to arrange
2.
পৰামৰ্শ কৰ্
to consult
3.
যুক্তি থকা
proper
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ