← ফুৰি যাওক

যুক্তি

yukti

অৰ্থ

1.

হেতু; কাৰণ

the reason of an argument

বি.

2.

উচিত কথা; যুগুতি

propriety

বি.

3.

দিহা; পৰামৰ্শ

advice; instruction

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যুক্তি · অসমীয়া অভিধান