← ফুৰি যাওক

যুকিয়া

yukiẏā

অৰ্থ

1.

আউল-জাউল গুচা; শৱঙ্খলা কৰ্; গোটা; একেলগ কৰ্

to arrange; to collect

সক. ধা.

2.

যোকা বান্ধ্; একেলগ কৰি বান্ধ্

to bundle

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ