কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফু মাৰ্
ফুবা।
- ফুঁইphu~iAbstract Noun
উশাহ লওঁতে বা বস্তু গিলোঁতে শ্বাসনলীত খুন্দা খাই হোৱা অস্বাভাৱিক সুৰসুৰণি বা সংবেদন
uneasy sensation felt in the windpipe when breathing or swallowing anything
- ফুঁই মাৰphu~i marVerb-Trans.
মুখেৰে বায়ু বা গেছীয় পদাৰ্থ জোৰে বাহিৰলৈ উলিয়া|
to send forth a current of air or other gas.
- ফুঁকphu~kVerb-Trans.
মুখেৰে বায়ু বা গেছীয় পদাৰ্থ জোৰে বাহিৰলৈ উলিয়া|
to send forth a current of air or other gas.
- ফুংফাংphung.phangProper Adj.
কোনো কাম বা কথা গুৰুত্ব সহকাৰে নোলোৱা৷
not considering an issue with real or adequate interest
- ফুঃphuhInterjection
অবিশ্বাস, অসন্তুতি অধৰ্য্য আদি ভাৱ প্ৰকাশ কৰিবলৈ কৰা শব্দ।
sound used to express impatience, contempt, disbelief, etc.
- ফুই খা
সুঁই খা।
- ফুক ফুNoun
ফু মৰা কাৰ্য্য
the current of air produced in blowing with the mouth; the act of blowing
- ফুকনphukanaNoun
কোনো এক শ্ৰেণী পাইক বা সাধাৰণ মানুহৰ ভিতৰৰ এজন মুখিয়াল মানুহক আহোম ৰজাই দিয়া উপাধি; যেনে-'জাল-ভাৰী ফুকন; ৰাই-ডঙীয়া ফুকন" [কিছুমান ফুকনৰ ওপৰত এজন বৰফুকন থাকে; তেওঁ ৰাজ-প্ৰতিনিধি-স্বৰূপে এক খণ্ড ৰাজ্য চলাব লাগে, বৰফুকন বিষয় কেবল আহোম বংশৰ লোককহে দিয়া হৈছিল।]
a title conferred by the Ahom kings on a headman of a class of common people or labourers
- ফুকলীয়াphukalīẏāAdjective
পোনেই ওপজা; কেঁচুবা; নিচেই কম বয়সীয়া
newly born; very young
- ফুকাphukāIntransitive verb
প্ৰসব কৰ্; জন্ম দি
to give birth to
- ফুঙ্ক্phuṅkIntransitive verb
বজা; ফু দি
to play on a musical instrument (by blowing)
- ফুচ-ফুচনিphus-phu.so.niAbstract Noun
অতি কম শব্দৰে কোৱা, প্ৰায় বুজিব নোৱাৰা কথা৷
the act of speaking in a low voice
- ফুচকাphus.kaProper Noun
নিচেই সৰু (৪ -৫ চেমি) লুচি বা পুৰি যাক আলু পিটিকা আৰু তেতেলি পানীৰ সৈতে পৰিৱেশন কৰা হয়৷ উত্তৰ ভাৰতীয় খাদ্য বিশেষ৷
A north indian recipy. Small ghiu luchi servered with mased potatoo.
- ফুচফুচphus.phusAbstract Noun
সৰুকৈ কথা পাতিলে হোৱাৰ নিচিনা শব্দ৷
a sound like that of whispering.
- ফুচফুচাphus.phu.saVerb-Intran.
সৰুকৈ কথা ক৷
to talk in a very low voice.
- ফুচুংphucumAdjective
অকামিলা
worthless
- ফুচুলনিNoun
মন ভুলাবৰ নিমিত্তে মনে মনে কোবা কথা; ফুচুলোবা কাৰ্য্য
secret persuations; act of seducing
- ফুচুলাphuculāTransitive verb
মনে মনে কথা কৈ মন ভুলা
to seduce; to persuade
- ফুচুৰিphucuriAdjective
অকামিলা
worthless