ফুক ফু
অৰ্থ
1.
ফু মৰা কাৰ্য্য
the current of air produced in blowing with the mouth; the act of blowing
বি.
2.
শিঙা আদি মুখেৰে বজোবা যন্ত্ৰৰ ধ্বনি; উঁকি
the sound of blowing, as a musical instrument
বি.
3.
মুখেৰে ফু দি; মুখেৰে বাদ্য কৰ্
to blow (as a musical instrument) with the mouth
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ