← ফুৰি যাওকফুচুংphucumঅৰ্থ1.অকামিলাworthlessবিণ.সমাৰ্থক শব্দফুচুৰি · phucuri2.পাতল; গহীন নোহোবাlight; not graveবিণ.সমাৰ্থক শব্দফুচুৰি · phucuri3.মিছলীয়া; অমূলকuntrustworthy; worthlessবিণ.সমাৰ্থক শব্দফুচুৰি · phucuriউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ