← ফুৰি যাওকফুচুৰিphucuriঅৰ্থ1.অকামিলাworthlessবিণ.সমাৰ্থক শব্দফুচুং · phucum2.পাতল; গহীন নোহোবাlight; not graveবিণ.সমাৰ্থক শব্দফুচুং · phucum3.মিছলীয়া; অমূলকuntrustworthy; worthlessবিণ.সমাৰ্থক শব্দফুচুং · phucumউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ