কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কঠুৱাko.thu.waProper Adj.
দুখ বা কষ্ট দিয়া।
inflicting pain or suffering.
- কঠোপনিষদ্kaṭhopaniṣadNoun
ব্ৰহ্ম-বিষয়ক তৰ্ক-বিতৰ্ক থকা এখন উপনিষদ।
- কঠোৰkaṭhoraAdjective
কৰ্কশ; টান; যেনে-"কঠোৰ বাক্য"
harsh; rough
- কঠোৰতাko.tho`.ro.taAbstract Noun
নিয়ম নীতি পালনত কঠিন হোৱা কাৰ্য্য।
The tough situations which require complete obedience or exact performance.
- কণkaṇaNoun
নিচেই সৰু অংশ; অতি ক্ষুদ্ৰ বস্ত্ত; বিন্দু
a small particle
- কণ কণProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- কণ বিলাহীkon bi.la.hiCommon Noun
এবিধ সৰু বিলাহী৷
A cherry tomato is a rounded, small fruited tomato thought to be an intermediate genetic admixture between wild currant-type tomatoes and domesticated garden tomatoes.
- কণ মাৰ্
সমূলে নষ্ট কৰ্
to destroy totally
- কণ-কঠীয়া মাৰ্
সমূলে নিৰ্ম্মূল কৰ্।
- কণ-জলকীয়াkaṇa-jalakīẏāNoun
এবিধ সৰু এনেই হোবা জলকীয়া; লঙ্কামৰিচ
a species of wild chilli
- কণ-জহা
এবিধ সৰু জহা ধান
a kind of paddy
- কণ-মৰা
কণ্ নষ্ট কৰা; যেনে -"কণ-মৰা ঔষধ"
having the property of destroying the productive power
- কণকণীয়াkon.ko.ni.yaProper Adj.
আদিৰ পৰা অন্তলৈকে থকা, কোনো ভাগ বাদ নপৰা |
Having every necessary or normal part or component or step.
- কণকলিkon.ko.liProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- কণনিয়াkaṇaniẏāAdjective
কাণ ফটা; কাণ ছিগা (চৰু আদি)
with the brim cracked
- কণবাপProper Noun
সৰু পুতেকক মৰমতে মতা নাম৷
a form of addressing the youngest son in tender terms.
- কণবাপুProper Noun
সৰু পুতেকক মৰমতে মতা নাম৷
a form of addressing the youngest son in tender terms.
- কণমাইProper Noun
A form of address for a small female child or a small girl.
- কণমানkon.manProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- কণমানিkon.ma.niProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.