কণ
kaṇa
অৰ্থ
1.
নিচেই সৰু অংশ; অতি ক্ষুদ্ৰ বস্ত্ত; বিন্দু
a small particle
বি.
2.
গুটিৰ যি অংশৰপৰা গাজ বা পুলি ওলায়
the germ or the eye of a seed
বি.
3.
মাইকীৰ সন্তান উৎপন্ন কৰা শক্তি; যেনে-"তাই ঔষধ খাই কণ মাৰিলে"
the productive power of a woman
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ