কঠোৰ
kaṭhora
অৰ্থ
1.
কৰ্কশ; টান; যেনে-"কঠোৰ বাক্য"
harsh; rough
বিণ.
2.
উগ্ৰ; যেনে-"কঠোৰ শাস্তি"
severe
বিণ.
3.
নিমৰমিয়াল; যেনে-"কঠোৰ অন্তৰ"
unkind; heartless
বিণ.
4.
কষ্টকৰ; দুখ দিয়া; যেনে-"কঠোৰ ব্ৰত"
painful
বিণ.
5.
বুজিবলৈ টান; যেনে-কঠোৰ ভাষা
difficult to understand
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ