কণমানি
kon.ma.ni
অৰ্থ
1.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
কেছুৱা বা তাতোকৈ অলপ ডাঙৰ সৰু ল’ৰা-ছোৱালীক বুজাবলৈ ব্যৱহাৰ হোৱা শব্দ বিশেষ৷ যেনেঃ এই কণমানিটোক/জনীক আজি ইমান ধুনীয়া লাগিছে৷
a form of adrress for a baby or a very small child.
জাতিবাচক বিশেষ্য
3.

4.

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ