কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উত্তমাঙ্গuttamāṅgaNoun
মুণ্ড; মূৰ; শিৰ
the head
- উত্তমাশা অন্তৰীপut.to..ma.xa on.to.ripProper Noun
দক্ষিণ আফ্ৰিকাৰ দক্ষিণত থকা এটা অন্তৰীপ৷ ভবা হৈছিল এইটো আটলান্টিক আৰু ভাৰত মহাসাগৰৰ সীমা৷
The Cape of Good Hope is a rocky headland on the Atlantic coast of the Cape Peninsula, South Africa.
- উত্তমৌজাuttamaujāNoun
পাণ্ডব পক্ষৰ এজন বীৰৰ নাম।
- উত্তমৰ্ণuttamarṇaNoun
যি ধন ধাৰলৈ লগায়; যি লোকক ধাৰ দিয়ে
a credtor
- উত্তলuttalaAdjective
যিহৰ ওপৰৰ ভাগ কাছৰ পিঠিৰ নিচিনা উচ্চ
convex
- উত্তল ভাজAbstract Noun
শিলাস্তৰৰ ধেনুভিৰীয়া ভাঁজ
an arch-shaped fold in layers of rock.
- উত্তানপাদuttānapādaNoun
ধ্ৰুবৰ পিতৱ ৰজা
Kind Uttānapāda, the father of Dhruva
- উত্তাপuttāpaNoun
জুই বা ৰ'দৰ প্ৰবল তাপ
excessive heat
- উত্তাপবিহীনProper Adj.
কম উষ্ণতা বিশিষ্ট
pertaining to low temperature
- উত্তাপময়Proper Adj.
উচ্চ উষ্ণতা সম্পন্ন
hot / high temperature
- উত্তাপিতut.ta.pi.toProper Adj.
increased to higher temperature or (analogue) reach a climax of a debate
- উত্তালut.ta.lAbstract Noun
সমজুৱা উত্তেজনাৰ তুমুল বহিৰ্প্ৰকাশ| সাধাৰণতে কোনো ৰাজহুৱা ঘটনাৰ প্ৰতিক্ৰিয়া বা উত্তেজিত সঁহাৰি
great excitement (usually caused by public event) shown by a group of people; outburst of excitement
- উত্তীৰ্ণuttīrṇaAdjective
পাৰ হোবা
crossed; passed over
- উত্তীৰ্ণ হut.tir.no hoVerb-Intran.
আশা কৰা মতে ঘট্ বা শেষ হ; প্ৰচেষ্টা কৰা বা বিছৰাটো অৰ্জন কৰ্
to happen or terminate according to desire; to accomplish what is attempted or intended
- উত্তীৰ্ণতাut.tir.no.taAbstract Noun
নিজৰ সামৰ্থ্য, প্ৰচেষ্টা আৰু সাহস আদিৰ জৰিয়তে কৰা অৰ্জন।
something accomplished, esp. by superior ability, special effort, great courage, etc.
- উত্তুংগut.tung.goProper Adj.
ওপৰৰ স্থানত থকা।
in an elevated location or position.
- উত্তুঙ্গuttuṅgaAdjective
অতি ওখ।
- উত্তেজকuttejakaAdjective
উৎসাহ বা উচটাই দিয়া
exciting; rousing
- উত্তেজনাNoun
কোনো কাৰ্য্য কৰিবলৈ প্ৰবল আৰু সঘন উদ্গনি; উচটনি,
excitement
- উত্তেজনাপূৰ্ণut.te.jo.na.pur.noProper Adj.
আৰামেৰে থাকিব নোৱাৰা, ব্যগ্ৰ আৰু চমকিত
nervous and anxious and unable to relax