উত্তাল
ut.ta.l
অৰ্থ
1.
সমজুৱা উত্তেজনাৰ তুমুল বহিৰ্প্ৰকাশ| সাধাৰণতে কোনো ৰাজহুৱা ঘটনাৰ প্ৰতিক্ৰিয়া বা উত্তেজিত সঁহাৰি
great excitement (usually caused by public event) shown by a group of people; outburst of excitement
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ