← ফুৰি যাওক

উত্তুংগ

ut.tung.go

অৰ্থ

1.

ওপৰৰ স্থানত থকা।

in an elevated location or position.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

ওপৰলৈ আগবাঢ়ি থকা বা অতি ওখ

extending high in air

প্ৰকৃত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উত্তুংগ · অসমীয়া অভিধান