← ফুৰি যাওক

উত্তীৰ্ণ

uttīrṇa

অৰ্থ

1.

পাৰ হোবা

crossed; passed over

বিণ.

2.

কৱতকাৰ্য্য; পৰীক্ষাত উঠা

successful as at an examination

বিণ.

3.

উদ্ধাৰ পোবা

delivered; saved

বিণ.

4.

অতীত হোবা; শেষ হোবা; যেনে-"নিৰ্দ্দিষ্ট সময় উত্তীৰ্ণ হ'ল"

over; ended

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ